Skip to main content

Posts

লাভ জেহাদঃ এক দানৱীয় প্ৰবৃত্তি নে কাল্পনিক অৱধাৰণা ?

ইমৰাণ হুছেইন আল আমিন যোৰহাট সততে প্ৰশ্ন উত্থাপন হয় মুছলমান যুৱকে হিন্দু যুৱতীৰ লগত প্ৰেম কৰিব নোৱাৰে নেকি? নাইবা হিন্দু যুৱকে মুছলমান যুৱতীৰ সৈতে প্ৰেম কৰিব নোৱাৰে নেকি  ? কিয় নোৱাৰিব বাৰু ! নিশ্চয় পাৰে | কথাতে কয় নহয় - "তোৰো মনে গলে/মোৰো মনে গলে কি কৰিব জাতি কুলে"? গতিকে লাভ জেহাদৰ ধাৰণাটো অসমৰ উদাৰ সমাজ ব্যৱস্থাই পোনচাতেই নাকচ কৰি দিছে |   বিয়া বাৰুৰ ক্ষেত্ৰত আমাৰ সমাজ ব্যৱস্থা যিমানেই কঠোৰ নহওক কিয়, অসবৰ্ণ বিবাহৰ প্ৰচলন অসমত অতীজৰে পৰাই আছে।হিন্দু মুছলিম বিবাহ পাশত আবদ্ধ হৈ সুখৰ সংসাৰ চলাই থকাৰ উদাহৰণ অলেখ আছে ।ৰাণী নৰহ ভৰত নৰহৰ যুটিক কোনে পাহৰিব পাৰিব? এইটো স্বীকাৰ কৰিব লাগিব যে অসবৰ্ণ বিবাহৰ ক্ষেত্ৰত কঠোৰ সামাজিক  প্ৰতিবন্ধকতাৰ সন্মুখীন হ'ব লগা হয় যদিও শেষত সমাজ তথা পৰিয়ালে এই বিবাহ মানি লবলৈ বাধ্য হয় ।সেয়া লাগিলে জীৱনৰ অন্তিম সময়তে নহওক কিয়! গতিকে অসবৰ্ণ বিবাহক লৈ বৰ্তমান প্ৰেক্ষাপটত হৈ থকা টনা আজোৰা লৈ ভয় খাব নালাগে | নিঃস্বাৰ্থ প্ৰেম, স্বৰ্গীয় প্ৰেম আদি উপমাৰে বিভূষিত প্ৰেমক কোনেও দাগ লগাব নোৱাৰে | স্বয়ং ভগৱানেও নহয় |গতিকে মুছলমান যুৱকে হিন্দু যুৱতীৰ সৈতে প্ৰেমপ
Recent posts

কোন দিশে গতি কৰিছে ভাৰতীয় অৰ্থনীতি ?

লেখিকাঃ পিনাজ ৰহমান, গড়আলি, যোৰহাট | বৰ্তমান দেশৰ অৰ্থনৈতিক অৱস্থা উদ্বেগজনক বুলি মন্তব্য কৰিছে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশিষ্ট অৰ্থনীতিবিদ ড০ মনমোহন সিংয়ে | বৰ্তমান চৰকাৰৰ চূড়ান্ত অব্যবস্থাপনাই দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ মূল কাৰণ বুলি বিশিষ্ট অৰ্থনীতিবিদ গৰাকীয়ে কৈছে | দেশৰ মুঠ দেশীয় উৎপাদনৰ প্ৰবৃদ্ধি চলিত বিত্তীয় বৰ্ষত (২০১৯-২০২০) হৈছে গৈ ৫ শতাংশ | ইয়াৰ পূৰ্বে ২০১৮ চনৰ ৩০ জুন পৰ্য্যন্ত এই হাৰ আছিল ৮ শতাংশ ! হঠাৎ দেশত এই অৰ্থনৈতিক বিপৰ্যয় কিয়  ?  দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ মূল কাৰণ হিচাপে আগবঢ়োৱা বিভিন্ন কাৰক সমূহৰ ভিতৰত বিমুদ্ৰাকৰণ এটা মূখ্য বিষয় | ১৩০ কৌটি জনতাৰ দেশত  হঠাৎ বিমুদ্ৰাকৰণৰ দৰে হঠকাৰী সিদ্ধান্ত লোৱাৰ ফলত দেশৰ ক্ষুদ্ৰ উদ্যোগৰ লগতে গ্ৰাম্য অৰ্থনীতিত ইয়াৰ কুপ্ৰভাৱ পৰে | ভাৰতৰ গাওঁ অঞ্চলসমূহত ব্যৱসায় বাণিজ্য মূলত নগদ ধনৰ ওপৰত ভিত্তি কৰি চলে | এনে চলমান অৰ্থনীতিৰ ওপৰত নগদ ধনৰ নাটনিয়ে প্ৰভাৱ পেলায় | নগদ ধনৰ অভাৱৰ ফলত ক্ৰয় বিক্ৰয়ত যতেষ্ঠ  প্ৰভাৱিত কৰে | যোগান ধৰাসকলে নগদ ধনৰ অভাৱত চাহিদা অনুসৰি যোগান ধৰিবলৈ অক্ষম হয় | যাৰ ফলত বহু ক্ষুদ্ৰ উদ্যোগ বন্ধ হৈ যোৱাৰ

পৃথিৱীৰ হাওঁফাওঁ জ্বলিছে....

পৃথিৱী নামৰ গ্ৰহটোক ২০ শতাংশ অক্সিজেনৰ যোগান ধৰা "আমাজন ৰেইন ফৰেষ্ট" তথা আমাজন বৰ্ষাৰণ্য বৰ্তমান শতিকাটোৰ সৰ্ববৃহৎ বন জুইৰ কবলত | গ্ৰীষ্মমণ্ডলীয় এই বৰ্ষাৰণ্যক পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা হয় | আমাজনত সৃষ্টি হোৱা দাবালনৰ কাৰণে  মাইলৰ পিছত মাইল জুৰি জুইৰ লেলিহান শিখাই চানি ধৰিছে বনাঞ্চলটো | আন্তৰাষ্ট্ৰীয় মহাকাশ গৱেষণা কেন্দ্ৰ চমুকৈ ISS ৰ পৰা মহাকাশ  বিজ্ঞানীসকলে লক্ষ্য কৰা অনুসৰি জুইৰ ফলত সৃষ্টি হোৱা ধোঁৱাই দানৱৰ আকৃতি লৈছে  | উদ্বিগ্ন হৈ পৰিছে সমগ্ৰ বিশ্ব | পৰিৱেশ বিজ্ঞানী সকলৰ মতে এয়া মানৱ  সভ্যতা ধ্বংসৰ আগজাননী | আমাজনত সংঘটিত দাবালনৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে ব্ৰাজিল | এয়া সচাঁকৈয়ে আন্তৰ্জাতিক সংকট | এই দাবালনৰ ফলত ব্ৰাজিলৰ উত্তৰাঞ্চলৰ ৰোৰাইমা, একাৰ, ৰনডোনিয়া, আৰু আমাজনা ৰাজ্য আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে | আমাজন জ্বলিছে.......  বৰ্তমান সময়ত ফেচবুকত যিবোৰ ছবি " হ্যাশট্যাগ প্ৰে ফৰ আমাজনচ্" ( #PrayforAmazonas ) হিচাপে প্ৰচাৰ হৈ আছে সেয়া কেইবা বছৰ পুৰণি ছবি | মানে, এনেকুৱা দাবালন ব্ৰাজিল তথা আমাজনত সংঘটিত হৈয়েই থাকে | অৱশ্যে এই বছৰৰ দৰে  ইমান ভয়ংকৰ নহয় |

Ethnic Conflict in Nagaland, Nagalim & Assam Controversy

 Imran Hussain Al Ameen , MA , LL.B  JORHAT THE CONFLICT : The ethnic conflict in Nagaland, in northeastern India, is an ongoing conflict fought between the ethnic Nagas and the governments of India and Myanmar. Nagaland inhabited by the Nagas is located at the tri-junction border of India on the West and South, north and Myanmar on the East. Naga terrirtory" existed with "Full Sovereignty" before the advent of the British colonial expansionism in 1881. In 1947, the people of India and the Naga territory became independent from British rule. As early as January 10, 1929, Naga had informed the British government that they would not join the Union of India. Nagaland declared independence on 14th of August 1947, one day before India gets independence from the British. After India regain sovereignty from British colonial rule on 15th-August-1947, India included Nagaland which was previously known as Naga Hills (an independent nation) as part of Assam. The existing Naga

Rohingya Crisis & Threat to India , Specially North - East

Imran Hussain Al Ameen , MA , LL.B  Jorhat  Hundreds of thousands of Rohingya Muslims have been forced to flee from their homes in Myanmar. But who are the Rohingya? What is happening to them? Is it genocide and what can be done about it? We answer all of your questions below. Amnesty International describes the Rohingya as "one of the most persecuted minorities in the world". More than one million people from the mainly-Muslim minority group lived in Myanmar at the start of 2017, with the majority in Rakhine State. The government of Myanmar, a predominately Buddhist country, claims the Rohingya people are illegal immigrants from neighbouring Bangladesh and has denied them citizenship, leaving them stateless. The Rohingya - who have their own language and culture - say they are descendants of Muslim traders who have lived in the region for generations. The systematic discrimination against the Rohingya people has left them living in deplorable conditions and se

What Is The Blue Whale Challenge And How to Protect Your Loved Ones

Imran Hussain Al Ameen Jorhat The Blue Whale is neither fish nor fowl but a ‘killer’ online game of inflating proportions that nobody has reliably encountered. It is a sequence of online ‘dares’ that participants must progressively engage in to get ahead. These include etching a blue whale on your skin and jumping off buildings. There have been at least three reported suicides in India of youths who, according to media reports, were playing or had searched for the game online. Importantly, police officials have so far claimed that there is no evidence that these youths took their lives following instructions from the game. There is also no report of authorities actually encountering this game online in India. This, however, hasn’t stopped Members of Parliament from demanding that Facebook and Microsoft work to remove all online links to the game. The origins of this game and reportage surrounding it have been in Central Asian countries, including Kazakhstan, Kyrgyzstan and Russia.